২৪ জুন ২০২৪
TV9 Assam
দীঘল, ধুনীয়া চুলি সকলো ছোৱালীৰে সপোন। চুলি আমাৰ সৌন্দৰ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ।
যাৰ বাবে বহুতে গ্ৰহণ কৰে বিভিন্ন বিউটি টিপছ। বহুতে চেলুনলৈ গৈ হলেও ধুনীয়া কৰিব বিচাৰে নিজৰ চুলিখিনিৰ।
কিন্তু এই ক্ষেত্ৰত উপযুক্ত ট্ৰিটমেণ্ট অবিহনে আপোনাৰ চুলিখিনিৰ হ'ব পাৰে ক্ষতি।
শুকাণ চুলিত তেল লগোৱাটো উত্তম
তিচি বীজ আৰু ৰোজমেৰী জেলত অমেগা-৩ ফেটি এচিড, ভিটামিন E আৰু B থকাটো চুলিৰ বাবে এক ৰামবাণতকৈ কম নহয়। এইবোৰে চুলি মজবুত কৰাৰ লগতে চুলিৰ বৃদ্ধিত সহায় কৰে।
তিচিৰ বীজত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে যি শিপাৰ পৰা চুলি মজবুত কৰাত সহায় কৰে।
তিচি বীজ ব্যৱহাৰ কৰি চুলি সৰা অৰু ছিঙাৰৰ পৰিত্ৰাণ পাব পাৰে। ইয়াৰ সৈতে, যদি আপুনি ৰোজমেৰী পাত মিহলি কৰি দিয়ে, তেন্তে ইয়াৰ লাভালাভ দুগুণ হ’ব।
চাবলৈ ক্লিক কৰক
ছানিয়া মিৰ্জাৰ এই পোছাক অফিচৰ বাবে উত্তম