হজ যাত্ৰাত মুছলমান লোকে কি পোচাক পৰিধান কৰে?

২৯ মে', ২০২৪

প্ৰতিবছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুছলমানলোকে হজ যাত্ৰাৰ বাবে চৌদী আৰৱত উপস্থিত হয়। এই হজ যাত্ৰাত ইছলামত পুণ্য বুলি গন্যা কৰা হয়। 

পবিত্ৰ হজ যাত্ৰা

হদ যাত্ৰাৰ সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুছলমানসকল একত্ৰিত হয়। এই যাত্ৰাৰ জৰিয়তে কোৱা হয় যে বিশ্বত যিমান মুছলিম আছে সকলো সমান।  ৬২৮ চনত হজৰত মহম্মদে তেওঁৰ ১৪০০ অনুগামীৰ সৈতে যাত্ৰা আৰম্ভ কৰিছিল।

হজ যাত্ৰা

 বিশ্বৰ মুছলিম লোকসকল হজৰ বাবে বিভিন্ন নিয়ম পালন কৰি পবিত্ৰ মক্কাত উপস্থিত হয়। ভাৰতৰ পৰাও বহু মুছলমান লোকে ইয়াত অংশ লয়।

পবিত্ৰ মক্কা চহৰ

হজৰ সময়ত সকলো মুছলমানলোকে একেধৰণৰ কাপোৰ পৰিধান কৰে। মক্কা পোৱাৰ আগতেই এই কাপোৰ পিন্ধে সকলোৱে। 

বিশেষ কাপোৰ

হজ যাত্ৰাত মুছলিম লোকসকলে পৰিধান কৰা কাপোৰক অহৰাম বুলি কোৱা হয়। অহৰাম বগা ৰঙৰ হয় আৰু ইয়াত কোনো ধৰণৰ চিলাই নাথাকে। 

অহৰাম

 মান্যতা  অনুসৰি, আল্লাহৰ ওচৰত এজন ৰাজকুমাৰ আৰু এজন দৰিদ্ৰলোক একেই। ইয়ে হৈছে অহৰাম নামৰ কাপোৰৰ বিশেষত্ব। ইয়াকে তীৰ্থ যাত্ৰীৰ মাজত একতাৰ ভাগ জগায়।

সকলো সমান

পঢ়িবলৈ ক্লিক কৰক 

ধুমুহাৰ ফলত মৃত্যু ছাত্ৰৰ