TV9 ASSAM
হনুমানক হিন্দু ধৰ্মৰ অন্যতম জনপ্ৰিয় দেৱতা হিচাপে গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে হনুমনে ভক্তৰ জীৱনত থকা সকলো ধৰণৰ ভয়, বিপদ আৰু বাধা দূৰ কৰে।
ভগৱান হনুমানক পূজাৰ কৰাৰ কিছুমান নিয়ম আছে। সেই নিয়মসমূহ পালন কৰাৰ লগতে কিছুমান প্ৰিয় বস্তু আগবঢ়াই বজৰংগবলীৰ আশীৰ্বাদ লাভ কৰিব পাৰি।
বজৰংগবলীক চামেলি ফুলৰ তেলেৰে সেন্দূৰ মিহলাই আগবঢ়োৱাটো শুভ বুলি কোৱা হয়।
ইয়াৰ উপৰিও ৰাম নাম লৈ হনুমান সন্তুষ্ট কৰিব পাৰিব। ৰাম নামৰ ধ্বজা হনুমান মন্দিৰত দান কৰিলে হনুমান সন্তুষ্ট হয়।
চাবলৈ ক্লিক কৰক