ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া?

17 April 2025

TV9 ASSAM

হিন্দু ধৰ্মত সপ্তাহৰ সাতটা দিনেই বিভিন্ন দেৱী-দেৱতাৰ নামত উচৰ্গা কৰা হয়। মঙলবাৰে বজৰংগবলীক পূজাৰ কৰিলে বিশেষ আশীৰ্বাদ লাভ কৰে বুলি বিশ্বাস আছে।

ভগৱান হনুমান

হনুমান ভগৱান শ্ৰীৰামৰ ভক্ত আছিল। সেয়ে  ভগৱান শ্ৰীৰামৰ আগত হনুমানক পূজা কৰিব লাগে বুলি বিশ্বাস কৰা হয়।

পূজাৰ সময়

হনুমানে নিজেই ৰাতিপুৱাৰ পৰা গোটেই দিনটো ভগৱান শ্ৰীৰামৰ সেৱাত কটায়। সেয়েহে  সদায় সন্ধিয়া হনুমানক পূজা কৰা উচিত।

কেতিয়া পূজা কৰিব লাগে

মঙলবাৰে হনুমানক পূজা কৰিলে ভক্তৰ কষ্ট দূৰ হয় আৰু জীৱনত উন্নতি হয়। লগতে মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰীৰামৰ পৰমভক্ত হনুমানৰ আশীৰ্বাদ লাভ হয়।

মঙলবাৰে পূজা

হনুমানক পূজা কৰি থাকোঁতে ধূপ, চাকি, ৰঙা ফুল, ফল, সেন্দুৰ আদি অৰ্পণ কৰিব লাগে। তাৰ পিছত হনুমান চালিছা, বজৰং বান আৰু  সুন্দৰ কাণ্ড পাঠ কৰক।

পূজাৰ নিয়ম

আৰতিৰে পূজাৰ অন্ত পেলাওক আৰু বজৰংগবলীকক প্ৰাৰ্থনা কৰক যাতে আপোনাক সুখ, সমৃদ্ধি, শক্তি, বুদ্ধি, প্ৰজ্ঞা আৰু শক্তিৰ আশীৰ্বাদ প্ৰদান কৰে।

আৰতি

চাবলৈ ক্লিক কৰক 

সপোনত ভগৱান হনুমানক দেখাটো কিহৰ সংকেত?