মূৰৰ বিষ কি বেমাৰৰ লক্ষণ ? 

৯ অক্টোবৰ, ২০২৪

আজিৰ ব্যস্ত জীৱনত বহুতে মূৰৰ বিষত আক্ৰান্ত হয়। বিভিন্ন কাৰণত মানুহৰ মূৰৰ বিষ হ'ব পাৰে। দিনটো কষ্ট, বা বিভিন্ন কাৰণত মূৰৰ বিষ হয়।

মূৰৰ বিষ

অবিৰতভাৱে মূৰৰ বিষ অনুভৱ কৰি থকা উচ্চ ৰক্তচাপৰ কাৰণ হ'ব পাৰে। আহক জানো উচ্চ ৰক্তচাপৰ কেইটামান লক্ষণ।

কাৰণ

উচ্চ ৰক্তচাপৰ ফলত কেতিয়াবা উশাহ- নিশাহ লোৱাত কষ্ট হয়। এই কাৰণ উচ্চ ৰক্তচাপৰ বুলি কোৱা হয়।

উশাহ

উচ্চ ৰক্তচাপত আক্ৰান্ত হ'লে বুকুত বিষ বা বুকুখনত অধিক চাপ অনুভৱ কৰিব পাৰে।

বুকুত বিষ

অবিৰতভাৱে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰা উচ্চ ৰক্তচাপৰ কাৰণ হ'ব পাৰে।এনে লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।

ভাগৰুৱা

উচ্চ ৰক্তচাপৰ বাবে নাকেৰে তেজ ওলাব পাৰে। নাকেৰে তেজ ওলোৱাতো উচ্চ ৰক্তচাপৰ গম্ভীৰ লক্ষণ হ'ব পাৰে।

নাকৰ পৰা তেজ

উচ্চ ৰক্তচাপ হ'লে দৃষ্টিশক্তি কম হ'ব পাৰে আৰু চকুৰে ধোৱা ধোৱা দেখা সমস্যাই দেখা দিব পাৰে।

ধোৱা ধোৱা দেখা

পঢ়িবলৈ ক্লিক কৰক 

শ্ৰীকৃষ্ণৰ পৰা কি বৰদান বিচাৰিছিল কৰ্ণই