অসমীয়া আঞ্জাত প্ৰায়ে বেঙেনা ব্যৱহাৰ হয় । আপুনিও বেঙেনা খাই ভাল পায় নেকি?
20 April 2025
TV9 ASSAM
ইয়াৰ বহু উপকাৰী গুন আছে।কিন্তু এলাৰ্জীত আক্ৰান্ত লোকৰ বাবে ভয়ংকৰ হ’ব পাৰে।
বেঙেনা
অত্যাধিক পটাছিয়াম শৰীৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । বেছিকৈ খালে বমি হ’ব পাৰে।
পটাছিয়াম থাকে
আজি এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক বেঙেনা খোৱাৰ উপকাৰিতাৰ বিষয়ে।
বেঙেনা
কলেষ্টেৰলৰ বাবেও বেঙেনা উপকাৰী। ই ক্ষতিকাৰক কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে।
উপকাৰ
প্ৰচুৰ পৰিমানে আঁহ থাকে। ই হজমত সহায় কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।
হজম
বেঙেনাত প্ৰচুৰ পৰিমানে ভিটামিন A থাকে । ভিটামিন A চকুৰ বাবে অতি উপকাৰী ।
চকুৰ বাবে
শৰীৰত তেজ জমা হোৱাৰ পৰা ৰক্ষা কৰে । গতিকে বেঙেনাই তেজ চলাচল নিয়ন্ত্ৰণত ৰাখে ।
ভিটামিন E আৰু K
চাবলৈ ক্লিক কৰক
পৰ্যটন খণ্ডৰ উন্নয়ন
Learn more