এই ইমোজী প্ৰেৰণ কৰিলে ভৰিব লাগিব ২০ লাখ টকাৰ জৰিমণা...

১৭ জুলাই, ২০২৪

Tv9 Assam

ছ'চিয়েল মিডিয়াত মানুহে নিজৰ অনুভৱ ব্যক্ত কৰিবলৈ ইমোজী ব্যৱহাৰ কৰে। কিন্তু এনে ইমোজী যি প্ৰেৰণ কৰিলে হ'ব পাৰে শাস্তি।

ইমোজী

চৌদি আৰৱৰ আইন বহু কঠোৰ।  দেশখনত বহু ক্ষেত্ৰত চৰকাৰৰ নিষেধাজ্ঞা আছে। আনকি ইমোজীৰ ওপৰতো আছে নিষেধাজ্ঞা।

চৌদি আৰৱ  

সাধাৰণতে মানুহে প্ৰেমৰ অনুভৱ ব্যক্ত কৰাৰ বাবে হাৰ্টৰ ইমোজী প্ৰেৰণ কৰে। কিন্তু চৌদি আৰৱত আপুনি এনে কৰিব নোৱাৰে।

নিষেধাজ্ঞা

যদি কোনোৱে ৰঙা হাৰ্ট ইমোজী প্ৰেৰণ কৰে তেন্তে চৌদি প্ৰশাসনে ২০ লাখ টকাৰ জৰিমণা আৰু ২ৰ পৰা ৫ বছৰ কাৰাদণ্ড দিব পাৰে।

কি শাস্তি

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি  যদি ৰেড হাৰ্টৰ ইমোজী প্ৰেৰণ কৰাৰ অভিযোগ কোনোৱে প্ৰশাসনক দিয়ে তেন্তে শাস্তি বৃদ্ধিও হ'ব পাৰে।

জৰিমণা

যদি এবাৰ বাধা দিয়াৰ পাছত কোনোৱে এই ইমোজী প্ৰেৰণ কৰে তেন্তে তেওঁ বেছি দিনলৈ জেলত থাকিব লাগিব।

কি হ'ব

যদি কোনো লোকে শাস্তি লাভ কৰাৰ পাছতো এই ইমোজী প্ৰেৰণ কৰে তেন্তে ৬০ লাখ টকা জৰিমণা আৰু ৫ বছৰ কাৰাদণ্ড খাটিব লাগিব।

৬০ লাখ

পঢ়িবলৈ ক্লিক কৰক

শাওন মাহৰ নিয়ম