ক’ত হৈছিল ঔষধি গুণসম্পন্ন তুলসীৰ উৎপত্তি?

11 November 2024

TV9 ASSAM

ভাৰতত তুলসীক ধৰ্মীয় বিশ্বাস অনুসৰি পবিত্ৰ উদ্ভিদ হিচাপে গণ্য কৰা হয়। আয়ুৰ্বেদত তুলসীক অত্যন্ত ঔষধি উদ্ভিদ বুলি কোৱা হৈছে।

ঔষধি তথা পবিত্ৰ

ভাৰতবৰ্ষত তুলসী পূজা আৰু তুলসী বিবাহৰ পৰম্পৰা চলি আহিছে। তুলসীৰ ইতিহাস প্ৰায় ৫ হাজাৰ বছৰ পুৰণি বুলি ধাৰণা কৰা হয়।

তুলসীৰ ইতিহাস

Pub Med Central (PMC) জাৰ্নেলৰ মতে এই উদ্ভিদ এছিয়া, অষ্ট্ৰেলিয়া আৰু পশ্চিমীয়া দেশত পোৱা যায় যদিও তুলসী উৎপত্তিস্থল ভাৰত।

ভাৰতত জন্ম

জাৰ্নেলখনৰ মতে, এই উদ্ভিদৰ উৎপত্তি উত্তৰ মধ্য ভাৰতত আৰু পিছত বিশ্বৰ পূব অংশতো এই উদ্ভিদ বিয়পি পৰে।

উৎপত্তিস্থল

জাৰ্নেলখনৰ মতে তুলসীৰ পৰা তৈয়াৰী পানীয় শৰীৰ আৰু মন উভয়ৰে বাবে উপকাৰী বুলি বিবেচিত হৈছে। ই বহুতো স্বাস্থ্যজনিত সমস্যাৰ সমাধান কৰে।

উপকাৰিতা

তুলসী উদ্ভিদৰ মানুহৰ ডি এন এৰ ক্ষতি ৰোধ কৰাৰ ক্ষমতা আছে বুলিও এই জাৰ্নেলখনত দাবী কৰা হৈছে।

এনে ক্ষমতা

পঢ়িবলৈ ক্লিক কৰক

বহি থকা অৱস্থাত পানী খালে কি হয় জানেনে?