আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ
12 Nov 2024
TV9 ASSAM
প্ৰতি বছৰৰ ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়।
শিশু দিৱস
১৪ নৱেম্বৰত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ওপজা দিন।
জৱাহৰলাল নেহৰু
শিশুৰ অধিকাৰ, প্ৰয়োজন আৰু কল্যাণৰ বিষয়ে সজাগতা সৃষ্টি কৰা।
দিৱসৰ ধাৰণা
কিছুমান বিদ্যালয়ত শিক্ষকে শিশুৰ বাবে মনোৰঞ্জনমূলক অনুষ্ঠানো আগবঢ়ায়।
শিশু দিৱস
শিশু সকলৰ মাজত “নেহৰু চাচা ” নামেৰে জৱাহৰলাল নেহেৰু জনপ্ৰিয় আছিল।
নেহৰু চাচা
নেহৰুৱে শিশুৰ প্ৰতি অতি মৰম আৰু অধিকাৰ আৰু শিক্ষাৰ পোষকতা কৰিছিল।
শিশুৰ অধিকাৰ
শিশু সকলক নেহৰুৱে বাগিচাৰ ফুলৰ কলিৰ লগতো তুলনা কৰিছিল।
শিশু দিৱস
চাবলৈ ক্লিক কৰক
ৰাস উদযাপন
Learn more