অমৰা হৈছে আমাৰ চৌপাশত উপলব্ধ এবিধ কেহা ফল।

9 August 2024

 TV9 Assam

ভিটামিন চিৰ ভাল উৎস অমৰা।

গুণ

গুণ

ইয়াৰ উপৰিও অমৰাত পর্যাপ্ত পৰিমাণত কেলচিয়াম থাকে।

কেনেকৈ খাব?

অসমত অমৰাৰ জাম, জেলি, টক, আচাৰ আৰু শুকান মুখশুদ্ধি বনোৱা হয়।

আঞ্জা

সৰু বা ডাঙৰ মাছৰ লগত টেঙা আঞ্জা ৰান্ধে ৷

কেনেকৈ খাব?

কোনোৱে দাইলতো অমৰা দি খাই ভাল পায়।

পাৰ্শ্বক্ৰিয়া

ঔষধি হিচাবে প্ৰয়োগত সাধাৰণতে কোনো পাৰ্শ্বক্ৰিয়া দেখা নাযায় ৷

মনত ৰাখিব

কঁঠালত যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট আৰু কেলৰি থাকে।

অফিচ লুক

চাবলৈ ক্লিক কৰক