ফাকুৱাৰ দিনা চন্দ্ৰগ্ৰহণ! ৰং খেলাটো শুভ নে?

13 March 2025

TV9 ASSAM

ভাৰতৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে ফাকুৱা উদযাপন কৰা হয়। এইবাৰ ১৪ মাৰ্চত এই উৎসৱ উদযাপন কৰা হ'ব।

ফাকুৱা

এইবাৰ হোলীত ইফালে যদি সূৰ্ষদেৱে ৰাশি পৰিৱৰ্তন কৰিব, আনফালে হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ।

চন্দ্ৰগ্ৰহণ

জ্যেতিষ শাস্ত্ৰ অনুসৰি ১৪ মাৰ্চৰ পুৱা ৯:২৯ বজাত চন্দ্ৰগ্ৰহণৰ সময় আৰম্ভ হ'ব আৰু আবেলি ৩:২৯ বজাত শেষ হ'ব। অৱশ্যে এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব।

চন্দ্ৰগ্ৰহণৰ সময়

চন্দ্ৰগ্ৰহণৰ সময়ত কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হয়।

সাৱধানবাণী

বিশ্বাস মতে, চন্দ্ৰগ্ৰহণৰ সময়ত ৰাহুৰ প্ৰভাৱ অধিক হয়। সেয়েহে শুভ কামত বাধা থাকে। এতিয়া জানো আহক এই দিনটোত ৰঙ খেলাটো শুভ হয় নে নহয়...

ৰাহু

ফাকুৱাৰ দিনা হোৱা চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব। সেয়েহে ফাকুৱা খেলাত কোনো বাধা নাই। 

ৰং খেলা

চাবলৈ ক্লিক কৰক 

ফাকুৱা খেলাৰ সময়ত নকৰিব এই ভুল