পুৱা উঠি মুখত লগাওক এই সামগ্ৰী, পাব সুফল

৫ জুন, ২০২৪

গৰমত ৰদ আৰু ঘামৰ বাবে ছালৰ বহু সমস্যা হয়। সেয়ে ছালৰ বিশেষ যত্ন ৰখাৰ প্ৰয়োজন।

গৰমত ছালৰ যত্ন

আকৰ্ষণীয় ছাল পাবলৈ বিভিন্ন ধৰণৰ বিউটি প্ৰডাক্ট ব্যৱহাৰ কৰে বহুতে। কিন্তু পোৱা নাযায় বিশেষ সুফল।

উজ্বল ছাল

আপুনি আপোনাৰ ছাল ধুনীয়া কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে ঘৰুৱা উপায়। পানী খোৱাও ছালৰ বাবে উপকাৰী।

ঘৰুৱা উপায়

কেঁচা গাখীৰ ছালৰ বাবে ভাল। পুৱা উঠি মুখ ধোৱাৰ পাছত তুলাৰ সহায়ত মুখত গাখীৰ লগালে সুফল পাব।

গাখীৰ

ছালৰ বাবে উপকাৰী গোলাপ জল। প্ৰতিদিনে আপুনি টোনাৰৰ দৰে ব্যৱহাৰ কৰিব পাৰে গোলাপ জল। ছাল ছাফা কৰোতে ই সদায় কৰে।

গোলাপ জল

কেঁচা হালধী মুখত লগালে সুফল পোৱা যায়। হালধী খুন্দি মুখত লগালে উজ্বলতা বাঢ়ে ছালৰ।

হালধী

পঢ়িবলৈ ক্লিক কৰক

তচনচ বিজেপি