এই ফেচ পেকে ঘূৰাই আনিব আপোনাৰ ছালৰ উজ্জ্বলতা

এই ফেচ পেকে ঘূৰাই আনিব আপোনাৰ ছালৰ উজ্জ্বলতা

২৭ জুন ২০২৪

 TV9 ASSAM

Tv9-Assam-Logo
গ্ৰীষ্মকালত ৰ'দৰ বাবে ছালৰ উজ্জ্বলতা হ্ৰাস হ'বলৈ আৰম্ভ কৰে। এই সময়ত আপুনি আপোনাৰ ছালৰ অতিৰিক্ত যত্ন লোৱা উচিত।

গ্ৰীষ্মকালত ৰ'দৰ বাবে ছালৰ উজ্জ্বলতা হ্ৰাস হ'বলৈ আৰম্ভ কৰে। এই সময়ত আপুনি আপোনাৰ ছালৰ অতিৰিক্ত যত্ন লোৱা উচিত

ছালৰ যত্ন

ঘৰত থকা কিছুমান বস্তু ব্যৱহাৰ কৰিও আপোনাৰ ছালখনক সুন্দৰ কৰি ৰাখিব পাৰে। ঘৰত সহজতে পোৱা সামগ্ৰিৰে আপুনি তৈয়াৰ কৰিব পাৰে ফেচ পেক।

ঘৰত সহজতে পোৱা সামগ্ৰিৰে আপুনি তৈয়াৰ কৰিব পাৰে ফেচ পেক।

ফেচ পেক

গ্ৰীষ্মকালত ফেচ পেকে আপোনাৰ ছাল উজ্জ্বল কৰি ৰখাত সহায় কৰিব।

গ্ৰীষ্মকালত ফেচ পেকে আপোনাৰ ছাল উজ্জ্বল কৰি ৰখাত সহায় কৰিব

উপকাৰীতা

এটা তিয়ঁহ এমুঠি পুদিনা পাতৰ লগত ভালদৰে মিহলাই লওক

পুদিনা আৰু তিয়ঁহৰ ফেচ পেক

যদি আপোনাৰ ছালখন তেলীয়া তেনেহ’লে মুলতানি মাটিৰ ফেচ পেক বনাই লগাব পাৰে

মুলতানি মাটি

 ৩ চামুচ মুগৰ দাইল গুৰি কৰি আধা কাপ গাখীৰ আৰু হালধি মিহলি কৰক

মুগৰ দাইল আৰু গাখীৰ

ছাল সুন্দৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ, আপুনি হালধি, কেঁচা গাখীৰ আৰু বেচনৰ ব্যৱহাৰ কৰিব পাৰে

হালধি, কেঁচা গাখীৰ আৰু বেচন

চাবলৈ ক্লিক কৰক

ভ্ৰমণৰ আছে বহু উপকাৰীতা