IPLৰ পৰা কিদৰে  ধন উপাৰ্জন কৰে চৰকাৰে?

27 March 2025

TV9 ASSAM

IPL বিশ্বৰ আটাইতকৈ ব্যয়বহুল আৰু জনপ্ৰিয় ক্ৰিকেট লীগ। প্ৰতি বছৰে IPLয়ে কেৱল BCCI অথবা ফ্ৰেঞ্চাইজি টীমক ধনী কৰাই নহয়, চৰকাৰৰো ধনৰ ভঁৰাল ভৰ্তি কৰিছে।

IPL 

যদি আপুনি ভাবে যে IPLৰ উপাৰ্জনৰ পৰা ভাৰত চৰকাৰে প্ৰত্যক্ষ কৰ সংগ্ৰহ কৰে, এয়া সম্পূৰ্ণ সত্য নহয়।

চৰকাৰৰ উপাৰ্জন

BCCIয়ে ২০২১ চনত দাবী কৰিছিল যে ক্ৰিকেটক উদগণি যোগাবৰ বাবেহে IPLৰ আয়োজন কৰা হয়। সেয়েহে ইয়াক কৰমুক্ত কৰি ৰাখিব লাগে।

BCCIৰ কৰ

কৰ আপীল ন্যায়াধিকৰণে এই দাবী মানি লয়। তেতিয়াৰ পৰা IPLৰ উপাৰ্জনৰ বাবে BCCIয়ে চৰকাৰক কৰ দিব নালাগে।

কাৰণ

যদিও IPL কৰমুক্ত, ইয়াৰ পৰা চৰকাৰে যথেষ্ট উপাৰ্জন কৰে। চৰকাৰ সৰ্বাধিক উপাৰ্জন খেলুৱৈসকলৰ দৰমহাৰ পৰা কৰ্তন হোৱা TDSৰ পৰা হয়।

চৰকাৰে উপাৰ্জন কেনেকৈ কৰে?

IPL 2025ত মেগা নিলামত ১০ টীমৰ খেলুৱৈসকলকৰ বাবদ মুঠ ৬৩৯.১৫ কোটি টকা খৰচ হৈছে। এই সময়ত ১২০ গৰাকী ভাৰতীয় খেলুৱৈ আৰু ৬২ গৰাকী বিদেশী খেলুৱৈৰ নিলাম সম্পন্ন হৈছে।

খৰচ কিমান?

ভাৰতীয় খেলুৱৈ দৰমহাৰ পৰা ১০% আৰু বিদেশী খেলুৱৈৰ দৰমহাৰ পৰা ২০% TDS কৰ্তন কৰা হয়। এই হিচাপত IPL 2025ৰ পৰা ভাৰত চৰকাৰে ৮৯.৪৯ কোটি টকাৰ কৰ সংগ্ৰহ কৰিছে। 

চৰকাৰে কিমান পালে?

চাবলৈ ক্লিক কৰক 

IPL 2025ত কোনখন দেশৰ কিমানজন খেলুৱৈ আছে?