বয়স অনুযায়ী দৈনিক কিমান খোজ কাঢ়িব লাগে?

৯ জুলাই, ২০২৪

Tv9 Assam

 বহুলোকে পুৱা অথবা খাদ্য গ্ৰহণ কৰাৰ পাছত খোজ কাঢ়ে। প্ৰতিদিনে খোজ কৰা শৰীৰৰ বাবে অত্যন্ত ভাল।

ফিট থকাৰ বাবে

প্ৰতিদিনে খোজ কাঢ়িলে মানসিক স্বাস্থ্য, পাচন শক্তি বৃদ্ধি, টোপনি ভাল হয়।

খোজ কঢ়া ভাল

সকলোৰে এটা বয়স থাকে। বয়স অনুযায়ী মানুহে ব্যায়াম বা খোজ কাঢ়িব লাগে। তেতিয়া ইয়াৰ সুফল ভালদৰে পোৱা যায়।

বয়স

চফদৰজংগ হাস্পাতালৰ ডাক্তৰ দীপক চুমলে কয় যে ১৮ ৰ পৰা ৪০ বছৰৰ লোকে প্ৰতিদিনে ১০ ৰ পৰা ১২ হাজাৰ খোজকাঢ়িব লাগে।

১৮-৪০

যিসকল লোকৰ বয়স ৪০ ৰ পৰা ৫০ বছৰৰ ভিতৰত হয় সেই লোকসকলে প্ৰতিদিনে ৮ ৰ পৰা ১০,০০০ খোজ কাঢ়িব লাগে।ই শৰীৰৰ বাবে ভাল।

৪০-৫০

যিসকল লোকৰ বয়স ৫০ ৰ পৰা ৬০ বছৰৰ ভিতৰত থাকে তেওঁলোকে প্ৰতিদিনে ৫ ৰ পৰা ৭ হাজাৰ খোজ কাঢ়িব লাগে। তেতিয়া সুফল পোৱা যায়।

৫০ ৰ পৰা ৬০

৬০ ৰ পৰা ৭০ বছৰৰ লোকসকলে প্ৰতিদিনে ৫০০০ খোজ কাঢ়িব লাগে। যদি খোজ কঢ়াৰ সময়ত ভাগৰ লাগে তেন্তে অলপ সময় জিৰণি লৈ পুনৰ খোজ কাঢ়িব লাগে।

৬০ৰ পৰা ৭০

পঢ়িবলৈ ক্লিক কৰক

yoga