ধনতেৰাচৰ নিশা যম দেৱতাৰ নামত কিমান চাকি জ্বলাব লাগে?

23  October 2024

 TV9 Assam

প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰাচ উদযাপন কৰা হয়। এই বছৰ ২৯ অক্টোবৰত পালন কৰা হ'ব ধনতেৰাছ।

ধনতেৰাচ ২০২৪

ধনতেৰাচৰ দিনা মৃত্যুৰ দেৱতা যমৰাজৰ নামত চাকি জ্বলোৱা হয়

যমৰাজৰ নামত চাকি

ধনতেৰাচৰ দিনা যমদেৱ অৰ্থাৎ যমৰাজৰ নামত চাৰিমুখীয়া চাকি জ্বলাব লাগিব। এনে কৰিলে এজনে অকাল মৃত্যুৰ পৰা পৰিত্ৰাণ পায়।

কি চাকি জ্বলাব লাগে?

 ধনতেৰাচৰ দিনা যমদেৱৰ নামত কিমান চাকি জ্বলাব লাগে জানক...

কিমান চাকি জ্বলাব?

পৌৰাণিক বিশ্বাস অনুসৰি, ধনতেৰাচৰ দিনা সন্ধিয়া ১৩টা যম চাকি জ্বলাব লাগে।  এই চাকি জ্বলোৱাৰ সময় সন্ধিয়া ৫:৩০ বজাৰ পাছত আৰম্ভ হয়।

কেতিয়া, কিমান চাকি জ্বলাব?

 যমৰ চাকি জ্বলাবলৈ কেৱল সৰিয়হৰ তেল ব্যৱহাৰ কৰিব। এই চাৰিমুখী চাকিটো ঘৰৰ মুখ্য প্ৰৱেশদ্বাৰত দক্ষিণ দিশত  ৰাখক

চাকি এই দিশত ৰাখক

 যমৰ চাকি জ্বলাবলৈ কেৱল সৰিয়হৰ তেল ব্যৱহাৰ কৰিব। এই চাৰিমুখী চাকিটো ঘৰৰ মুখ্য প্ৰৱেশদ্বাৰত দক্ষিণ দিশত  ৰাখক

মৃত্যুৰ ভয় নাইকিয়া হয়

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল?

চাবলৈ ক্লিক কৰক