TV9 ASSAM
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত ৩৩ বছৰীয়া অভিলেখ ভংগ কৰিছে যশপ্ৰীত বুমৰাহে । ইতিমধ্য়ে বাতৰি শিৰোনামত আছে বুমৰাহ ।
৩৩ বছৰৰ পূৰ্বে ভাৰতীয় প্ৰাক্তন অধিনায়ক কপিল দেৱে ১৯৯১-৯২ চনত একক টেষ্ট শৃংখলাত ২৫ টা উইকেট দখল কৰি অভিলেখ গঢ়িছিল ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে একক শৃংখলাত ২৬ টা উইকেট দখল কৰি কপিল দেৱেৰ অভিলেখ ভংগ কৰিছে বুমৰাহে ।
টেষ্টৰ শৃংখলাৰ উপৰিও যশপ্ৰীত বুমৰাহৰ টি-২০, এদিনীয়াতো ৰেকৰ্ড অত্যন্ত ভাল ।
বিচিচিআইয়ে বুমৰাহক টেষ্ট মেচৰ বাবে ১৫ লাখ, এদিনীয়াৰ বাবে ৭ লাখ আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে ৩ লাখ মেচ মাচুল দিয়ে ।
ইয়াৰ উপৰিও যশপ্ৰীত বুমৰাহে বিচিচিআইৰ পৰা ৭ কোটি টকা বাৰ্ষিক মাচুল লাভ কৰে ।
প্ৰকৃততে বুমৰাহ বিচিচিআিৰ A+ কেটেগৰীত আছে । গতিকে তেওঁ ভাৰতীয় ক্ৰিকেট বৰ্ডে বাৰ্ষিক ৭ কোটি টকা দিয়ে ।
পঢ়িবলৈ ক্লিক কৰক