শ্ৰেয়ছ আয়াৰে ১ ঘন্টাত  কিমান টকা লাভ কৰে? 

2 April, 2025 

TV9 ASSAM

শ্ৰেয়ছ আয়াৰে আই পি এল ২০২৫ ত পঞ্জাৱ কিংছৰ হৈ খেলিছে। ইয়াৰ বাবে তেওঁ ২৬.৭৫ কোটি টকা লাভ কৰিছে। আই পি এলৰ ইতিহাসত তেওঁ দ্বিতীয় ধনী খেলুৱৈ।

২৬.৭৫ কোটি

কিন্তু শ্ৰেয়ছ আয়াৰে ১ ঘন্টাত কিমান আয় কৰে জানেনে? ইয়াৰ পৰিমাণ শুনিলে হয়তো আচৰিত হ'ব আপুনি।

১ ঘন্টাত কিমান

আই পি এল ২০২৫ত শ্ৰেয়ছে ২৬.৭৫ কোটি লাভ কৰিছে। এই টকা গ্ৰুপ ষ্টেজৰ ১৪ খন মেচৰ সময়ৰে ভাগ কৰিলে তেওঁৰ এঘন্টাৰ আয়ৰ কথা জানিব পাৰি।

টকা

আই পি এলৰ প্ৰতিখন মেচ প্ৰায় ৩ ঘন্টা হয়। গতিকে ১৪ খন মেচ ৪২ ঘন্টাৰ হ'ব। গতিকে ৪২ ঘন্টাৰ ২৬.৭৫ কোটি টকা ভাগ কৰিলে আয়ৰৰ ১ ঘন্টাৰ আয় ওলাব।

৪২ ঘন্টাত ২৬.৭৫ কোটি

আই পি এল ২০২৫ ত ২৬.৭৫ কোটি টকা লাভ কৰা শ্ৰেয়ছ আয়ৰে এক ঘন্টাত ৬৩ লাখ ৬৯ হাজাৰ ৫০ টকা।

১ ঘন্টাৰ আয়

শ্ৰেয়ছ আয়ৰ আই পি এল ২০২৫ ৰ অধিনায়ক। ইতিমধ্যে তেওঁৰ খেলে অনুৰাগীৰ মন জয় কৰিছে।

অধিনায়ক

উল্লেখ্য যে, বৰ্তমান চলি আছে আই পি এল। প্ৰতিদিনে এই আই পি এলৰ মেচ অনুষ্ঠিত হয়। আই পি এলৰ মেচত শ্ৰেয়ছ আয়াৰে নিজৰ দায়িত্ব ভালদৰে পালন কৰি আছে।

আই পি এল

পঢ়িবলৈ ক্লিক কৰক 

ৰতন টাটাৰ সম্পত্তি