আম্বানী পৰিয়ালৰ প্ৰতিজন সদস্যই কিমান উপাৰ্জন কৰে?

28 April 2025

TV9 ASSAM

ফৰ্বছৰ এক প্ৰতিবেদন অনুসৰি ৬৬ বছৰীয়া মুকেশ আম্বানী ১১৬ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বিশ্বৰ নৱম ধনী ব্যক্তি। মুকেশ আম্বানীৰ নেতৃত্বত কোম্পানীটোৱে বাৰ্ষিক ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ ওপৰত ৰাজহ আহৰণ কৰে।

ফৰ্বছৰ প্ৰতিবেদন

মুম্বাইৰ ২৭ মহলীয়া এন্টিলিয়াত বাস কৰে আম্বানী পৰিয়াল । এন্টিলিয়াৰ মূল্য ১ বিলিয়ন ডলাৰ। হেলিপেডৰ আৰম্ভ কৰি সকলো সুবিধা আছে এই ঘৰটোত।

এন্টিলিয়া

মুকেশ আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। যোৱা কেইবছৰমানৰ কামৰ বাবে কোনো দৰমহা লোৱা নাই মুকেশ আম্বানীয়ে।

মুকেশ আম্বানীৰ দৰমহা

২০২৩-২৪ বিত্তীয় বৰ্ষত বহা মাচুল হিচাপে ২ লাখ টকা আৰু কমিচন হিচাপে ৯৭ লাখ টকা উপাৰ্জন কৰে নীতা আম্বানীয়ে। অৰ্থাৎ তেওঁৰ মুঠ আয় প্ৰায় ১ কোটি টকা।

নীতা আম্বানী

মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কন্যা ঈশা আম্বানীৰ বাৰ্ষিক আয় ৪.২ কোটি টকা। মুঠ ৮০০ কোটি টকাৰ মালিক।

ঈশা আম্বানী

আকাশ আম্বানীৰ মুঠ সম্পত্তি ৪০.১ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত প্ৰায় ৩,৩২,৮১৫ কোটি টকা। বাৰ্ষিক আয় ৫.৬ কোটি টকা।

আকাশ আম্বানী

অনন্ত আম্বানীৰ মুঠ সম্পত্তি ৪০ বিলিয়ন মাৰ্কিন ডলাৰ বা ৩,৩২,৪৮২ কোটি টকা। বাৰ্ষিক আয় ৪.২ কোটি টকা।

অনন্ত আম্বানী

জানিবলৈ ক্লিক কৰক

গ্ৰীষ্মকালত হৃদযন্ত্ৰৰ যত্ন কেনেকৈ ল'ব ?