IPL ৰ পৰা ধোনীয়ে কিমান  টকা লাভ কৰে? 

6 April, 2025 

TV9 ASSAM

মহেন্দ্ৰ সিং ধোনী ২০০৮ চনত সবাতোকৈ ধনী খেলুৱৈ আছিল। তেতিয়াৰ পৰা তেওঁ আই পি এলৰ প্ৰতিটো চিজন খেলি আছে। চি এছ কেৰ হৈ খেলে ধোনীয়ে।

২০০৮ চন

আই পি এল ২০২৫-ত ধোনীয়ে দৰমহা হিচাপে প্ৰায় ৪ কোটি টকা লাভ কৰিব।  ৪ কোটি টকাত চি এছ কে তেওঁক নিজৰ লগত ৰাখিছে।

আই পি এল ২০২৫

ধোনীয়ে বিভিন্ন সময়ত বেলেগ বেলেগ পৰিমাণৰ টকা লাভ কৰি আছে। সবাতোকৈ কম টকা তেওঁ চলিত চিজনত লাভ কৰিছে।

এতিয়ালৈকে কিমান

কিন্তু প্ৰথমৰ পৰা চাবলৈ গ'লে আই পি এলৰ পৰা তেওঁ এতিয়ালৈকে কোটি কোটি টকা লাভ কৰিছে।

আই পি এল

ধোনীয়ে আই পি এলৰ পৰা বৰ্তমানলৈকে প্ৰায় ১ আৰৱ ৮০ কোটি ৮৪ লাখ টকা লাভ কৰিছে।  IPL 2008- IPL 2025 লৈ এই আয় তেওঁৰ।

১ আৰৱ ৮৯ কোটি ৮৪ লাখ

২০১৬ আৰু ২০২৭ চিজনক বাদ দি ধোনীয়ে চি এছ কেৰ হৈ খেলি আহিছে।  আই পি এলত এতিয়ালৈকে সবাতোকৈ বেছি ১৫ কোটি টকা তেওঁ লাভ কৰিছে।

চি এছ কে

উল্লেখ্য যে, এইবাৰো ধোনীয়ে চি এছ কেৰ হৈ খেলিছে। এইবাৰ ধোনীৰ খেলৰ প্ৰদৰ্শন বিশেষ ভাল নহয় যদিও তেওঁক চাবলৈ প্ৰতিদিনে খেলপথাৰ ভিৰ কৰে অনুৰাগীয়ে।

ধোনী

পঢ়িবলৈ ক্লিক কৰক 

স্তনৰ কৰ্কট ৰোগৰ কাৰণ