বয়স অনুযায়ী কিমান সময় কৰিব লাগে ব্যায়াম?

১৫ জুলাই, ২০২৪

Tv9 Assam

সু স্বাস্থ্যবান হৈ থাকিবলৈ আমাৰ শৰীৰৰ বাবে ব্যায়ম অতি জৰুৰী। সকলো বয়সৰ মানুহে ব্যায়ামৰ ফলত উপকাৰ লাভ কৰে।

ব্যায়াম

কিন্তু বয়স অনুযায়ী ব্যায়ামৰো কিছু নিয়ম আছে। কোনে কিমান সময় ব্যায়াম কৰিব লাগে আহক জানো...

বয়স

ফিটনেছ বিশেষজ্ঞ মুকুল নাগপালৰ কয়, WHO ৰ মতে ৫ৰ পৰা ১৭ বছৰৰ সকলে প্ৰতিদিনে প্ৰায় ৬০ মিনিট শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰিব লাগে।

শিশু আৰু যুৱ

১৮ ৰ পৰা ৬৪ বছৰৰ লোকসকলে সপ্তাহত ক'মেও ১৫০ মিনিট ফিজিকেল এক্টিভিটি কৰিব লাগে। ইয়াৰোপৰি পেশীৰ বাবে দুই দিনৰ এক্টিভিটি কৰিব লাগে।

১৮-৬৪

৬৫ বা তাতকৈ বেছি বয়সৰ লোকসকলে ভাৰাসাম্যৰ লগত জড়িত ব্যায়াম কৰিব লাগে। বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

৬৫ বছৰ

অৱশ্যে আপোনাৰ যদি কিবা স্বাস্থ্য সম্বন্ধীয় সমস্যা আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ব্যায়াম কৰিব পাৰে ।

পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক 

নেহাৰ ওজন হ্ৰাস