এজন ভাৰতীয়ই বছৰী  কিমান সুৰাপান কৰে?

17 Feb 2025

TV9 ASSAM

ভাৰতীয় লোকে কিমান সুৰাপান কৰে? টেকন’পাকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। এজন ভাৰতীয়ই এবছৰত কিমান সুৰা সেৱন কৰে জানক? 

সুৰা

প্ৰতিবেদনৰ মতে, ২০২৩ চনত এজন ভাৰতীয়ই এবছৰত গড়ে ৩.২ লিটাৰ  সুৰাপান কৰে। অৱশ্যে বিশ্বজুৰি  সুৰা সেৱনৰ গড় পৰিমাণতকৈ ই কম।

ভাৰতীয়ৰ সংখ্যা

বিশ্বজুৰি প্ৰকাশ পোৱা পৰিসংখ্যা অনুসৰি গড়ে এজন ব্যক্তিয়ে এবছৰত ৫ লিটাৰকৈ সুৰাপান কৰে। আনহাতে ভাৰতত এই সংখ্যা ৩.৫ লিটাৰ।

 বিশ্বজুৰি  সুৰা সেৱন

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ মতে, অৰুণাচল প্ৰদেশত মহিলা আৰু পুৰুষ এই ক্ষেত্ৰত সকলোতকৈ আগত। ইয়াত ৫৩% পুৰুষ আৰু ৩৫% মহিলাই সুৰা সেৱন কৰে।

আগত কোন?

পুৰুষ-মহিলা উভয়ে বৃহৎ পৰিমাণৰ মদ্যপান কৰা ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশৰ পিছতে আছে তেলেংগানা, ছিকিম, মণিপুৰ, গোৱা আৰু ছত্তীশগড়।

 জানি লওক

সমীক্ষাৰ তথ্য অনুসৰি মহিলাই হওক বা পুৰুষেই হওক, সুৰাপান কৰা লোকৰ সংখ্যা গাঁৱে-ভূঞে বেছি।

গাঁও নে চহৰ,বেছি ক’ত ?

পৰিসংখ্যা অনুসৰি অসম, ঝাৰখণ্ড, ছত্তীশগড় আৰু ওড়িশাৰ ৪০ শতাংশতকৈ অধিক পুৰুষে সুৰা সেৱন কৰে।

৪০%তকৈ অধিক সুৰাপায়ী

চাবলৈ ক্লিক কৰক 

কণ্ডমৰ ব্যৱহাৰ