এদিনত কিমানটা লিচু খাব লাগে, কি কয় বিশেষজ্ঞই

৬ জুন, ২০২৪

গৰমৰ দিনত লিচু খাই বহুতে ভাল পায়। গৰমৰ দিনত লিচু খোৱা শৰীৰৰ বাবে ভাল।

গৰমত লিচু

লিচুত প্ৰটিন, কাৰ্বহাইড্ৰেইট,ফোলেট,নিয়াচিন, থিয়ামিন, ভিটামিন এ, চি,ই, কে, ছোদিয়াম, পটেছিয়াম,কেলছিয়াম, আইৰন আদি থাকে।

কি কি থাকে

ছিনিয়ৰ ডায়টিছিয়ন পায়ল শৰ্মাই কয় যে লিচু দেহৰ বাবে অত্যন্ত উপকাৰী। কিন্তু বেছি খাব নালাগে।

কি কয় বিশেষজ্ঞই

লিচুত ফাইবাৰ অধিক মাত্ৰাত থাকে। যি পাচন পক্ৰিয়া ভাল কৰাত সহায় কৰে। ইয়াৰ ফলত এচিডিটি বা গেষ্ট্ৰিক আদিত সকাহ পায়।

হজম

সদায় লিচু খালে কেলৰি কম হয় আৰু ফাইবাৰ অধিক হয়। যাৰ বাবে শকত মানুহৰ বাবে লিচু ভাল।

ওজন কম

লিচু খালে ছাল আৰু চুলিৰ বাবেও ভাল।  ইয়াৰ পৰা ভিটামিন এ পোৱা যায়। যাৰ বাবে ই মানুহক সুস্থ ৰাখে।

ছালৰ বাবে ভাল

এদিনত ৩ ৰ পৰা ৪টা লিচু খাব লাগে। ইয়াতকৈ বেছি খালে বিপি, এলাৰ্জী আদিৰ দৰে সমস্যাই দেখা দিব পাৰে।

কিমানটা লিচু খাব লাগে

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতৰ ৫ খন ঠাই