খালী পেটত নিম পাত খোৱাৰ উপকাৰীতাৰ বিষয়ে জানক

20  October 2024

 TV9 Assam

নিম পাতৰ সোৱাদ তিতা হ'লেও ইয়াত থকা পুষ্টিবোৰ আপোনাৰ স্বাস্থ্যৰ বাবে ৰামবাণ হিচাপে প্ৰমাণিত হ'ব পাৰে

নিম পাত

নিম পাতৰ যথেষ্ট ঔষধি গুণ আছে। যুগ যুগ ধৰি ইয়াৰ পাতবোৰ বহুতো ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ হৈ আহিছে

ঔষধি গুণ

পুষ্টিবিদ নমামি আগৰৱালৰ মতে তিতা নিম পাত স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী 

বিশেষজ্ঞৰ মতামত

খালী পেটত নিম পাত খালে লিভাৰৰ বাবে ভাল। নিম পাতত থকা এণ্টিঅক্সিডেণ্টে যকৃতৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে। 

যকৃত

নিম পাত সেৱন কৰি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰিব পাৰি। ই পেট ফুলা আৰু গেছৰ অসুবিধা উপশম কৰে।

কোষ্ঠকাঠিন্য

ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ নিম পাত খাব পাৰি। ই চুগাৰ থকা ৰোগীসকলৰ বাবে অতি উপকাৰী।

ডায়েবেটিছ

সীমিত পৰিমাণত নিম পাত খাব। একেসময়তে অত্যাধিক পাত খোৱাৰ সলনি, ৰাতিপুৱা খালী পেটত ৪ৰ পৰা ৫টা পাত চোবাব পাৰি। 

কিমান পাত খাব?

ড্ৰেগন ফল

চাবলৈ ক্লিক কৰক