আকবৰৰ ৰাজসভাত বীৰবলে কিমান দৰমহা পাইছিল? 

২১ জুন, ২০২৪

আজিকালি যেনেকৈ কামৰ বিনিময়ত দৰমহা দিয়ে, তেনেকৈ মোগলৰ কালতো দৰমহা দিছিল।

কামৰ বিনিময়ত দৰমহা

মোগল কালত সৈনিকসকলক দৰমহা দিছিল। কনিষ্ঠ জোৱানসকলে মাহিলী ৪০০ টকা লাভ কৰিছিল।

সৈনিকক দৰমহা

দাসী বা কৰ্মচাৰীসকলক মাহিলী ১৫০০ টকা দিয়া হৈছিল। অন্য কৰ্মচাৰীসকলেও পাইছিল দৰমহা। 

কৰ্মচাৰীৰ দৰমহা

সেনাৰ উচ্চ বিষয়াসকলে সবাতোকৈ বেছি দৰমহা লাভ কৰিছিল। সকলোতকৈ বেছি দৰমহা আছিল সেনাপতিৰ।

সকলোতকৈ বেছি দৰমহা

ইতিহাসত উল্লেখ থকা অনুসৰি বীৰবল আছিল আকবৰৰ সকলোতকৈ প্ৰিয়ৰ ভিতৰত এজন। বীৰবল-আকবৰৰ কাহিনী বিখ্যাত।

আকবৰৰ বিশ্বাসী

তথ্য অনুসৰি আকবৰৰ শাসনকালত বীৰবলে প্ৰতিমাহে লাভ কৰিছিল প্ৰায় ১৬,০০০ টকা ।

কিমান দৰমহা

আকবৰৰ ৰাজসভাৰ ছলিম( জাহাংগীৰ)য়ে প্ৰতিমাহে ৭০০তাকৈ ৰূপৰ মুদ্ৰা লাভ কৰিছিল।

৭০০ ৰূপৰ মুদ্ৰা

পঢ়িবলৈ ক্লিক কৰক

মহিলাৰ লগত বৰ্বৰ কাণ্ড!