জাংক ফুড খোৱাৰ পাছত আপুনি কিমান খোজ কাঢ়িব লাগে?

১১ আগষ্ট, ২০২৪

TV9 ASSAM

জাংক ফুডত উচ্চ পৰিমাণৰ চেনী, নিমখ আৰু চৰ্বি থাকে। এই সকলোবোৰ উচ্চ কেলৰিযুক্ত খাদ্যৰ পুষ্টিৰ স্তৰ শূন্য।

জাংক ফুড

 চিপচ,স্নেক্স, বাৰ্গাৰ, স্প্ৰিং ৰোল আৰু পিজ্জা আদিৰ দৰে জাংক ফুড  খালে উচ্চ ৰক্তচাপ, কোষ্ঠকাঠিন্য আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে

ৰোগৰ আশংকা

পুষ্টিবিদ নমামি আগৰৱালে কৈছে যে জাংক ফুড অস্বাস্থ্যকৰ খাদ্য। সেইবোৰ খোৱাৰ পাছত খোজ কাঢ়িব লাগে।

বিশেষজ্ঞৰ মতামত

বিশেষজ্ঞসকলৰ মতে জাংক ফুড খোৱাৰ পিছত কমেও ১৫ মিনিট খোজ কাঢ়ক। জাংক ফুড খোৱাৰ পাছত কমেও ১০০০ বা ১৫০০ ষ্টেপ খোজ কাঢ়ক

কিমান খোজ কাঢ়িব লাগে

বেছিভাগ জাংক ফুডত চেনী বা চৰ্বি অধিক থাকে। সেইবোৰ খোৱাৰ ফলত শৰীৰৰ ৰক্ত শৰ্কৰা বৃদ্ধি হয়।

চুগাৰ লেভেল

জাংক ফুড খোৱাৰ ফলত ওজন বৃদ্ধি হয় অৰ্থাৎ মেদবহুলতা হয়। ইয়াৰ বাবে, শৰীৰত HDL অৰ্থাৎ গুড কলেষ্ট্ৰল হ্ৰাস হয়।

চৰ্বি

বিশেষজ্ঞসকলৰ মতে, জাংক ফুডৰ পৰা যিমান সম্ভৱ দূৰত্ব থাকিব। ই বিভিন্ন ধৰণে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

দূৰত্ব ৰাখক

পঢ়িবলৈ ক্লিক কৰক

শাওনৰ সোমবাৰৰ প্ৰতিকাৰ