১১ আগষ্ট, ২০২৪
TV9 ASSAM
চিপচ,স্নেক্স, বাৰ্গাৰ, স্প্ৰিং ৰোল আৰু পিজ্জা আদিৰ দৰে জাংক ফুড খালে উচ্চ ৰক্তচাপ, কোষ্ঠকাঠিন্য আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে
বিশেষজ্ঞসকলৰ মতে জাংক ফুড খোৱাৰ পিছত কমেও ১৫ মিনিট খোজ কাঢ়ক। জাংক ফুড খোৱাৰ পাছত কমেও ১০০০ বা ১৫০০ ষ্টেপ খোজ কাঢ়ক
জাংক ফুড খোৱাৰ ফলত ওজন বৃদ্ধি হয় অৰ্থাৎ মেদবহুলতা হয়। ইয়াৰ বাবে, শৰীৰত HDL অৰ্থাৎ গুড কলেষ্ট্ৰল হ্ৰাস হয়।
পঢ়িবলৈ ক্লিক কৰক