দিনটোৰ ভিতৰত কিমান চামুচ চেনি খাব লাগে ?

2 Oct 2024

TV9 ASSAM

চেনি আমাৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী নহয় । ডায়েবেটিছৰ ৰোগীৰ বাবে চেনিয়ে বিপদ মাতিব পাৰে । মিঠা অতিৰিক্তভাৱে খালে আমাৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ।

নেতিবাচক প্ৰভাৱ

যিবোৰ খাদ্যত চেনি বেছি থাকে, সেইবোৰ খাদ্য কেতিয়াও অতিৰিক্তভাৱে খাব নালাগে। ইয়াৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে

ওজন বৃদ্ধি হ’ব পাৰে

অত্যাধিক চেনিয়ে জটিল ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে । বিশেষকৈ চেনিয়ে ডায়েবেটিছ আৰু কেন্সাৰৰ দৰে জটিল ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

ডায়েবেটিছ

স্বাস্থ্যৰ গুৰুত্ব প্ৰদান কৰি অত্যাধিক চেনি খোৱা অভ্য়াস পৰিহাৰ কৰক । চেনি একেবাৰে পৰিহাৰ নকৰিলেও নিৰ্দিষ্ট পৰিমাণত চেনি খাব লাগে ।

চেনি খোৱা অভ্য়াস পৰিহাৰ

দিনটোত কিমান চামুচ চেনি খাব লাগে সেয়া নিৰ্ভৰ কৰিব আপোনাৰ জীৱনশৈলী আৰু শাৰীৰিক অৱস্থাৰ ওপৰত।

কিমান চামুচ চেনি খাব

চেনিত কেলৰি থাকে । গতিকে দৈনন্দিন জীৱনৰ কাম-কাজ কৰিবলৈ, শাৰীৰিকভাৱে সক্ৰিয় হ’বলৈ কেলৰিৰ প্ৰয়োজন হয়। এজন সুস্থ ব্যক্তিক প্ৰতিদিনে প্ৰয়োজন হোৱা কেলৰিৰ ১০ শতাংশ চেনিৰ পৰা পাব পাৰে ।

প্ৰয়োজন হোৱা কেলৰি

স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিদিনে ৩-৫ চামুচতকৈ বেছি চেনি খাব নালাগে। ই স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

প্ৰতিদিনে ৩-৫ চামুচ

পঢ়িবলৈ ক্লিক কৰক

এই ২ টা ৰাশিৰ ওপৰত পৰিব দুৰ্গা মাৰ বিশেষ কৃপা