আজিৰে পৰা আৰম্ভ প্ৰেমৰ এটা সপ্তাহ!
7 FEB 2025
TV9 ASSAM
এই দিনটো সাধাৰণ মানুহৰ বাবে স্বাভাৱিক, কিন্তু প্ৰেম প্ৰেমিক-প্ৰেমিকাৰ বাবে অতি বিশেষ দিন।
ভেলেন্টাইন সপ্তাহ
৮ ফেব্ৰুৱাৰীত পালন কৰা হ'ব Propose Day, এই দিনটোও অতি বিশেষ।
ভেলেন্টাইন সপ্তাহ
যেতিয়া আপুনি প্ৰিয় মানুহজনক লগ পাব তেতিয়া মিচিকিয়া হাঁহি মাৰিব।
কিদৰে বিশেষ কৰিব
লগ পোৱাৰ প্ৰথম দিনটোতে নিজৰ সমস্যাৰ কথা ক'বলৈ নাযাব।
আকৰ্ষণ কৰক
প্ৰিয় মানুহজনৰ সন্মুখত আনৰ কটু সমালোচনা কৰাৰ পৰা বিৰত থাকক।
আকৰ্ষণ কৰক
আপোনাক গোলাপ দি প্ৰেমৰ প্ৰস্তাৱ দিয়ে, তেন্তে বেছি আচৰ্যজনক হৈ নপৰিব।
সন্মান দিয়ক
প্ৰিয় মানুহজনৰ চকুত চকু থৈ আৰু মুখত ধুনীয়া হাঁহিলৈ কথা পাতক।
আকৰ্ষণ কৰক
চাবলৈ ক্লিক কৰক
ভেলেন্টাইন ডে'ৰ বিশেষ
Learn more