ভোক কেনেদৰে নিয়ন্ত্ৰণ কৰিব?

২৫ আগষ্ট, ২০২৪

 TV9 ASSAM

বহুসময়ত আমি খাদ্য খোৱাৰ অলপ পাছতে ভোক অনুভৱ কৰিবলৈ আৰম্ভ কৰো। কিন্তু সঘনাই ভোক লগাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

ভোক

বিশেষজ্ঞসকলৰ মতে খাদ্যত কম ফাইবাৰযুক্ত বস্তু গ্ৰহণ কৰাৰ ফলতো আপোনাৰ  বাৰে বাৰে ভোক লাগিব পাৰে

কাৰণ

অধিক খোৱাৰ ফলত কেৱল আমাৰ ওজন বৃদ্ধিয়ে নহয়, বহুতো ৰোগৰ আশংকাও বৃদ্ধি হয়

অধিক খোৱা

পুষ্টিবিদ ডা: নমামী আগৰৱালৰ মতে, চাপৰ বাবে অপ্ৰয়োজনীয়ভাৱে ভোক অনুভৱ হয়

চাপ

কম পানী খোৱাটোও কেতিয়াবা অপ্ৰয়োজনীয় ভোকৰ কাৰণ হয়।দৈনিক কমেও ৩ লিটাৰ পানী খাবলৈ চেষ্টা কৰক।

পানী

খাদ্যত পুষ্টিৰ অভাৱৰ বাবেও ভোক বেছি হ'ব পাৰে। সঘনে ভোক নালাগিবলৈ ফাইবাৰ আৰু প্ৰ’টিনযুক্ত  খাদ্য খাওক।

ফাইবাৰ আৰু প্ৰ’টিন 

সময়মতে খাদ্য নোখোৱাৰ বাবেও ভোক বাঢ়িব পাৰে।  খাদ্যৰ মাজত ৩ৰ পৰা ৪ ঘণ্টাৰ ব্যৱধান নাৰাখিব।

খাদ্য খাই থাকিব

পঢ়িবলৈ ক্লিক কৰক 

কৃষ্ণ জন্মাষ্টমীৰ পূজা