বেয়া স্মৃতিৰ পৰা কেনেদৰে দূৰত থাকিব

৯জুন, ২০২৪

ব্যক্তিৰ জীৱনত ভাল-বেয়া সকলো সময় আহে। কিন্তু বেয়া সকলে সেয়া বহুতে সহজে পাহৰিব নোৱাৰে। 

বেয়া স্মৃতি

বহু সময়ত মানুহে পুৰণি কথা চিন্তা কৰি থাকে। যাৰ বাবে বেয়া স্মৃতিয়ে মানুহৰ শাৰীৰিক আৰু মানসিক দুয়ো ক্ষেত্ৰতে প্ৰভাৱ পেলায়। 

চিন্তিত হোৱা

 গৌৰ গোপাল দাসৰ কেইটামান কথাই আপোনাৰ জীৱনত ভাল প্ৰভাৱ পেলাব পাৰে। মন বেয়া লাগিলে শুনিব পাৰে তেওঁৰ কথা।

কেনেকৈ নিজক ৰক্ষা কৰিব

গৌৰ গোপাল দাস আধ্যাত্মিক গুৰু আৰু মোটিভিছনেল স্পীকাৰ। তেওঁ  এটা ভিডিঅ'ত বেয়া স্মৃতিৰ পৰা হাত সৰাৰ উপায় কয়।

গৌৰ গোপাল দাস

তেওঁ চকলেট আৰু ঔষধৰ উদাহৰণ দি কয় যে আমি চকলেট মুখত ৰাখি ভাল পাওঁ কিয়নো ই খাবলৈ ভাল। কিন্তু ঔষধ আমি বেছি সময় মুখত ৰাখিব নোৱাৰো।

দিয়ে উদাহৰণ

আমি ঔষধৰ সোৱাদ বেয়া বাবে পানীৰে খাওঁ। আমাৰ জীৱনত ভাল কাম বহুত হয়, কিন্তু সেয়া আমি পাহৰি বেয়াৰ বিষয়ে ভাবো।

বেয়া অভিজ্ঞতা

গোপাল দাসে কয় যে, যিদৰে তিতা ঔষধ আমি এবাৰতো খাই দিও তেনেদৰে বেয়া খিনিকো পাহৰি যাব লাগে। ইয়াৰ সলনি ভাল কথা ভাবিব লাগে।

ভাল কথা মনত ৰাখক

পঢ়িবলৈ ক্লিক কৰক

স্মৃতি ইৰানীৰ পৰা অনুৰাগ ঠাকুৰলৈ