বহি পানী খালে কি হয়,জানক ইয়াৰ উপকাৰ

12 Nov 2024

TV9 ASSAM

পানী বহি নে থিয় হৈ থাব লাগে এই সন্দৰ্ভত বহুতৰ মনত কিছু প্ৰশ্ন থাকে। কিছুমানে ভাৱে যে থিয় হৈ পানী খালে আঁঠু আৰু হাড়াৰ বিষ আৰম্ভ হয়।

পানী খোৱা

আই চি এম আৰয়ে কয় যে থিয় হৈ পানী খালে ভৰি আৰু শৰীৰত কোনো বেয়া প্ৰভাৱ নপৰে।  ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। অৱশ্যে বহি পানী খালে বেছি ভাল  বুলি কয় বিশেষজ্ঞই।

ICMR য়ে কি কয়

জয়পুৰৰ আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ কিৰণ গুপ্তাই কয় যে আমি পানী গিলাচত মুখ লগাই ধীৰ সুস্থিৰভাৱে লাহে লাহে খাব লাগে। এনেকৈ খালে শৰীৰত উপকাৰ হয়।

কি কয় বিশেষজ্ঞই

ডাঃ গুপ্তাৰ মতে যেতিয়া বহি ধীৰ সুস্থিৰভাৱে পানী খোৱা যায় তেতিয়া ই আমাৰ পেটলৈ যায়।  এনেকৈ পানী খালে আমাৰ হজম শক্তি ভাল হয়।

কি উপকাৰ

বহি পানী খালে এই পানী আমাৰ শৰীৰৰ অংগসমূহে লাভ কৰিব পাৰে। কিন্তু থিয় হৈ পানী খালে ভিটামিন আৰু মিনাৰেল্স বৈ যায়।

উপকাৰ

থিয় হৈ পানী খালে আঁঠু বেয়া হোৱাৰ এতিয়ালৈকে কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা হোৱা নাই। কিন্তু বহি পানী খালে গেষ্ট্ৰিকৰ সমস্যাৰ পৰাও কিছু পৰিত্ৰাণ পোৱা যায়।

গেষ্ট্ৰিক

ডাঃ গুপ্তাই কয় যে, আমি খাদ্য গ্ৰহণ কৰাৰ সময়ত পেটত অলপ খালী ৰাখিব লাগে। খাদ্য গ্ৰহণৰ অলপ সময় পাছত ইমানখিনি পানী খাব লাগে যাতে খাদ্য হজম হয়।

মনত ৰাখিব

পঢ়িবলৈ ক্লিক কৰক 

গজালি ওলোৱা মগুৰ গুণ