ৰমজান মাহ ইছলামৰ অন্যতম পবিত্ৰ মাহ।
2 March 2025
TV9 ASSAM
পবিত্ৰ ৰমজান মাহটো মুছলমানসকলৰ বাবে অতি বিশেষ।
বিশেষ
ৰমজান মাহত মুছলমানসকলে ২৯ বা ৩০ দিন ৰোজা ৰাখে।
ৰোজা
উৰ্দু শব্দ ‘ৰোজা’ৰ অৰ্থ হৈছে উপবাসে থকা ।
ৰোজা
ৰমজানত ৰোজা ৰখা সকলৰ বাবে চেহৰী আৰু ইফতাৰ গুৰুত্বপূৰ্ণ।
ইফতাৰ
সূৰ্য উদয় হোৱাৰ পূৰ্বে হোৱা ফজৰৰ আজানৰ সময়লৈকে খাদ্য সামগ্ৰী গ্ৰহণ কৰিব পাৰি।
নিয়ম
পুৱাৰ ফজৰৰ আজানৰ পৰা সন্ধিয়া সূৰ্য্যাস্তলৈকে পৰিহাৰ কৰিব লাগে খাদ্য।
নিয়ম
মুছলমানসকলৰ মাজত আনন্দৰ পৰিৱেশে বিৰাজ কৰে।
এই দিনত
চাবলৈ ক্লিক কৰক
আবিৰৰ পৰা চুলি ৰক্ষা
Learn more