TV9 ASSAM
যদি আপুনি বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰণ নকৰে, আপুনি ঘৰত বাস্তু দোষৰ সন্মুখীন হ'ব লাগিব। বাস্তু দোষ থাকিলে ঘৰখনত বহুতো সমস্যাই আগুৰি ধৰে।
যদি আপুনিও বহুতো সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আপোনাৰ ঘৰত বাস্তু দোষ আছে নে নাই, সেয়া জনাটো আপোনাৰ বাবে দৰকাৰ
যদি আপোনাৰ ঘৰৰ লোকসকল নিৰন্তৰভাৱে অসুস্থ হৈ আছে আৰু এজনৰ পিছত আনজন সদস্যৰ ৰোগৰ প্ৰোকপলৈ আহিছে, তেন্তে বুজি ব'ব যে ঘৰত বাস্তুৰ দোষ আছে।
যদি আপোনাৰ ঘৰত নিৰন্তৰভাৱে ধনৰ অভাৱে দেখা দিছে আৰু আপুনি প্ৰতিদিনে আৰ্থিক সমস্যা সন্মুখীন হৈ আছে, তেনেহ'লে এয়া বাস্তু দোষৰ লক্ষণ হ'ব পাৰে
ঘৰৰ সদস্যসকলৰ মাজত প্ৰায়ে কাজিয়া হোৱা লগতে দুখ আৰু হতাশাৰ পৰিৱেশো বাস্তু দোষৰ লক্ষণ
যদি আপোনাৰ ঘৰত থকা তুলসীৰ গছজোপা হঠাতে শুকাই গৈছে আৰু নতুন তুলসী ৰোৱাৰ পিছতো বাৰে বাৰে শুকাই যায়, এয়া বাস্তু দোষ বাবে হ'ব পাৰে।
যদি আপোনাৰ প্ৰতিটো নতুন কাম বাধাই দেখা দিয়া আৰু কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো, আপুনি সফলতা নাপায়, তেনেহ'লে ই বাস্তু দোষৰ লক্ষণ হ'ব পাৰে।
বাস্তুৰ মতে, ঘৰৰ মুখ্য দুৱাৰখন দক্ষিণ দিশত থকা, পূব দিশত শৌচাগাৰ থকাৰ লগতে ত্ৰিকোণ, কোণ অথবা চাৰিআলিত ঘৰ থকাৰ ফলত বাস্তুৰ দোষ হয়।
পঢ়িবলৈ ক্লিক কৰক