কিডনীত পাথৰ হোৱাটো বৰ্তমান সাধাৰণ সমস্যাত পৰিণত হৈছে।

27 April 2025

TV9 ASSAM

পাথৰ হোৱাৰ মূল কাৰণ হ’ল গোটেই দিনটো পানী কমকৈ খোৱা।

বৃক্কত পাথৰ

ইয়াক সঠিক চিকিৎসাৰ দ্বাৰা নিৰাময় কৰিব পাৰি, যদিহে আগতীয়াকৈ ধৰা পৰে।

নিৰাময়

খনিজ পদাৰ্থ বা লৱণৰ অদ্ৰৱণীয় যৌগ সৃষ্টি হোৱাৰ ফলত বৃক্কৰ পাথৰ হয়।

কেনেকৈ হয়

বৃক্কৰ পাথৰ হোৱাৰ পৰা হাত সাৰিবলৈ কেইটামান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰো।

পাথৰ

নেমু আৰু আপেল ভিনেগাৰৰ ব্য়ৱহাৰে বৃক্কৰ পাথৰ সহজে আঁতৰাই পেলাব পাৰে।

নেমু আৰু ভিনেগাৰ

ডালিমৰ ৰসে কিডনীৰ পাথৰ নিৰাময়ত ভাল কাম কৰে বুলি কোৱা হয়।

ডালিমৰ ৰস

পদিনা আৰু নেমুৰ পৰা তৈয়াৰী জুচ খালেও বৃক্কৰ পাথৰৰ সমস্যা নিৰাময় কৰিব পাৰি।

নেমু আৰু পদিনা

চাবলৈ ক্লিক কৰক 

জৰায়ুৰ সংক্ৰমণ কি?