শীতকালত সুস্বাস্থ্যৰ বজাই ৰাখিবলৈ কি কৰিব ?

11 Nov 2024

TV9 ASSAM

এই পৰিৱৰ্তিত বতৰৰ বাবে মানুহৰ চৰ্দি, জ্বৰ, কাহ আদি ভাইৰাছৰ সমস্যাৰ সৃষ্টি হয় । ঠাণ্ডা দিন কেইটাত স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাটো প্ৰয়োজনীয় ।

ঋতুজনিত ৰোগ

हेल्दी रहने के लिए हमारे शरीर के लिए विटामिन्स बेहद जरूरी है. विटामिन्स हमें ऊर्जा देने के साथ-साथ शरीर रो बीमारियों से बचाते हैं

ৰোগ প্ৰতিৰোধ ক্ষমতা 

শীতকালত খাদ্যত কিছু শস্য অন্তৰ্ভুক্ত কৰক। এই সময়ছোৱাত সেউজীয়া শাক-পাচলি আৰু বতৰৰ শাক-পাচলি আৰু ফল-মূল খাব লাগে।

শাক-পাচলি

শীতকালৰ খাদ্যৰ তালিকাত আপুনি কণী, মাছ, কুকুৰা মাংসও অন্তৰ্ভুক্ত কৰিব পাৰে ।

মাছ-মাংস

হালধি গাখীৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয়, ই শীতকালত চৰ্দি, কাহ, জ্বৰ আদি ঋতুজনিত সমস্যা ৰোধ কৰে । 

হালধি গাখীৰ

শীতকালত ছালৰ শুকান হোৱা সমস্যা আৰম্ভ হয় । গতিকে শীতকালত প্ৰচুৰ পৰিমাণে পানী খোৱাৰ লগতে খাদ্যত চূপ আদি অন্তৰ্ভুক্ত কৰক।

পানী খোৱা

শীতকালত দৈনিক ৱৰ্কআউট বা যোগাসন কৰাত মনোনিৱেশ কৰাটো অতি প্ৰয়োজনীয়। ৰাতিপুৱা সাৰ পোৱাৰ পিছত কিছু সময়ৰ বাবে খৰখেদাকৈ খোজ কঢ়া আদি অভ্যাস কৰিব পাৰে ।

যোগাসন

পঢ়িবলৈ ক্লিক কৰক

গজালি ওলোৱা মগুৰ উপকাৰিতা কি ?