প্ৰদূষণে স্বাস্থ্যৰ লগতে চুলিতো অতি বেয়া প্ৰভাৱ পেলায়।

1 October 2024

 TV9 Assam

আলুত থকা পুষ্টিকৰ উপাদান চুলি বৃদ্ধিত ফলপ্ৰসূ।

আলু

প্ৰতিদিনে খালী পেটত ৩ ৰ পৰা ৪ টা নৰসিংহ পাত খাব।

নৰসিংহ

চুলিৰ বাবে Flax seeds হৈছে সৰ্বশ্ৰেষ্ঠ উপাদান।

চুলিৰ পুষ্টি

খালী পেটত নিমপাত খাব।

নিমপাত

অত্যাধিক গৰম পানীৰে চুলি ধুব নালাগে। 

পুষ্টি

চুলি শ্বেম্পু কৰাৰ আগতে ভালকৈ মূৰটো ফনিয়াব।

মূৰটো ফনিয়াব

হেয়াৰ ড্ৰায়াৰ বা ফেনৰ তলত বহি চুলি লগে লগে নুশুকুৱাব।

ড্ৰায়াৰ

বিগ বছ১৮ত নিয়া শৰ্মা

চাবলৈ ক্লিক কৰক