জাপানীজ এনকেফেলাইটিছৰ পৰা সাৱধান

26 July 2024

 TV9 Assam

ইয়াৰ ফলত তীব্ৰ জ্বৰ, মূৰ বিষ, অজ্ঞান হৈ যোৱা এনেধৰণৰ ৰোগ হ’ব পাৰে।

কি হ'ব?

পোহনীয়া গৰু বা গাহৰিৰ পৰা বিয়পে

বিয়পে

সদায় দীঘল হাতৰ চোলা আৰু দীঘল পেণ্ট পৰিধান কৰক

সাৱধানতা

শোৱাৰ সময়ত সদায় আঠুৱা (LLIN) ব্যৱহাৰ কৰক

সাৱধানতা

 সদায় দীঘল হাতৰ চোলা আৰু দীঘল পেণ্ট পৰিধান কৰক।

সাৱধানতা

জাপানীজ এনকেফেলাইটিছ ৰোগৰ কোনো নিৰ্দিষ্ট (specific) চিকিৎসা নাই।

যত্ন

এই ৰোগ এজন ৰোগীৰ পৰা অন্য সুস্থ লোকলৈ নিবিয়পে।

জানি থওক

জনপ্ৰিয় মেগী

চাবলৈ ক্লিক কৰক