মহিলাৰ মাহেকীয়া এক স্বাভাৱিক প্ৰক্ৰিয়া।

21 FEB 2025

TV9 ASSAM

এই সময়ছোৱাত বহু মহিলাই যথেষ্ঠ কষ্টৰ সন্মুখীন হ’বলগীয়া হয়।

বিষ

মাহেকীয়াৰ সময়ত গৰম পানী খোৱা আৰু সেক দিয়াৰ অভ্যাস কৰিব লাগে।

আৰাম পাব

 আধা চামুচ আজৱাইন নিমখ আৰু কুহুমীয়া পানীৰ সৈতে খাব লাগে।

বিষ কমিব

মহিলসকলে নিতৌ ব্যায়াম কৰা অভ্যাস গঢ়িব লাগে।

উপশম

এচামুচ মৌ আৰু আদাৰ ৰস মিহলাই একেলগে খাব লাগে।

উপশম পাব

মাহেকীয়াৰ বিষৰ বাবে কেৱল আদা ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।

বিষ কমে

আপোনাৰ তলপেটত গৰম পানীৰ বেগেৰে সেক দিয়ক বা গৰম ভাপ প্ৰয়োগ কৰক।

উপশম পাব

চাবলৈ ক্লিক কৰক 

মহাকুম্ভত সীমান্ত শেখৰ