গ্ৰীষ্মকাল অহাৰ লগে লগে চুলিৰ যতন অধিক ল'ব লাগে।

18 April 2025

TV9 ASSAM

চুলিৰ বাবে মহৌষধ হৈছে এলোভেৰা। ইয়াক চুলিত লগোৱাৰ উপৰিও জুচ খাব।

চুলিৰ যতন

প্ৰতিগৰাকী মহিলাই নিজৰ চুলি ক’লা, ডাঠ আৰু সুস্থ হোৱাটো বিচাৰে।  কিন্তু কেনেকৈ?

চুলিৰ যতন

চুলিত আমি নিমপাত লগাব পাৰো। ই ছালৰ সকলো বেমাৰ নিৰাময় কৰে।

চুলিৰ যতন

আমি সপ্তাহত এদিন তেল লগাব লাগে। ই চুলিক উপকাৰী তত্ব প্ৰদান কৰে।

চুলিৰ যতন

গৰম দিনত বাহিৰলৈ গ'লে চুলি ঢাকি যাব লাগে। ই ধূলি-বালিৰ পৰা ৰক্ষা কৰে।

চুলিৰ যতন

আমি প্ৰায়ে প্ৰতিদিনে চুলি ধোৱা আৰম্ভ কৰোঁ, কিন্তু সেয়া অনুচিত।

চুলিৰ ধোৱা

চুলিখিনি ধুনীয়া দেখাবলৈ কেমিকেল থকা সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে।

মনত ৰাখিব

চাবলৈ ক্লিক কৰক 

জুবিন গাৰ্গৰ বাদ্যযত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত