শীতকালত ছালক অতিৰিক্ত যত্নৰ প্ৰয়োজন।
25 Nov 2024
TV9 ASSAM
নৰসিংহৰ পাত আৰু মুলতানি মাটি লগাওক।
নৰসিংহ
নৰসিংহৰ পাত আৰু হালধী লগাওক।
হালধী
ছালত আৰ্দ্ৰতা বজাই ৰাখিবলৈ এলোভেৰা জেল প্ৰয়োগ কৰিব পাৰে।
এলোভেৰা
কফি পাউদাৰ আৰু নাৰিকল তেলৰ ফেচ পেক উপকাৰী।
নাৰিকল তেল
তিনি চামুচ কেঁচা গাখীৰ দুই চামুচ বেচন মিহলাই মুখত লগাওক।
বেচন
তৎক্ষণাত উজ্জ্বলতা পাবলৈ আপুনি মৌ আৰু কফিৰ ফেচ পেক লগাব পাৰে।
মৌ
যিকোনো বজাৰৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলে সাৱধান হওক।
সাৱধান
চাবলৈ ক্লিক কৰক
অসম পৰ্ষটন
Learn more