পানীৰে তৈয়াৰ হ'ব ইন্ধন,ক'ত চলিব হাইড্ৰ'জেন ট্ৰেইন 

২২ অক্টোবৰ, ২০২৪

TV9 ASSAM

দেশত অতি শীঘ্ৰেই চলিব হাইড্ৰ'জেন ট্ৰেইন। এই ট্ৰেইনৰ বিশেষত্ব এয়াই যে, ইয়াক চলাবলৈ ডিজেল বা বিদ্যুতৰ প্ৰয়োজন নহয়। ই হাইড্ৰ'জেনৰে চলিব।

হাইড্ৰ'জেন ট্ৰেইন

এই ট্ৰেইন হাৰিয়ানাৰ ছোনিপটৰ পৰা জিন্দলৈ চলিব। ৰেলেৱে কৰা দাবী অনুসৰি দেশৰ এয়া প্ৰথম ট্ৰেইন হ'ব যি প্ৰদূষণমুক্ত হ'ব।

ক'ত

এই ট্ৰেইন হাইড্ৰ'জেন ইন্ধনৰ সহায়ত চলিব আৰু ইয়াৰ বাবে প্ৰতি ঘন্টাই ৪০০০০ লিটাৰ পানীৰ প্ৰয়োজন হ'ব।

কিমান ঘন্টা চলিব

এই ট্ৰেইনৰ বাবে হাৰিয়ানাৰ জিন্দত পানী ৰখাৰ বাবে মাটিৰ তলত ঠাই নিৰ্মাণ কৰি আছে।

জিন্দ

এই ট্ৰেইনখনত ৮ৰ পৰা ১০ টা মান ডবা থাকিব। এই ট্ৰেইনৰ গতি প্ৰতি ঘন্টাত ১৪০ কিলোমিটাৰ হ'ব বুলি জানিব পৰা গৈছে।

গতি

ডিচেম্বৰৰ শেষৰফালে বা জানুৱাৰীৰ প্ৰথমভাগত এই ট্ৰেইনখনৰ ট্ৰায়েল কৰিব।যদি সফলতা লাভ কৰে হাৰিয়ানাত এই ট্ৰেইন চলিব।

ট্ৰায়েল

এই ট্ৰেইন চলাবলৈ হাইড্ৰজেনৰ ব্যৱহাৰ হ'ব। এক কিলো হাইড্ৰ'জেনে চাৰে চাৰি লিটাৰ ডিজেলৰ সমান কাম কৰিব।

হাইড্ৰ'জেন

পঢ়িবলৈ ক্লিক কৰক 

চাউলৰ পানীৰ ব্যৱহাৰ