I phone 16 : নিষিদ্ধ হ'ল আইফোন- ১৬...

২৭ অক্টোবৰ, ২০২৪ 

TV9 ASSAM

কিছুদিন পূৰ্বে মুকলি হৈছিল আইফোন- ১৬। মুকলিৰ পাছতেই বহুতে এই ফোন ক্ৰয় কৰিছিল যদিও এতিয়া আইফোন-১৬ সম্পৰ্কে আহিছে এক ডাঙৰ খবৰ।

I PHONE-16

আইফোন- ১৬ নিষিদ্ধ কৰিলে ইণ্ডোনেচিয়াই। কোম্পানীটোৱে দেশত বিনিয়োগৰ চৰ্তসমূহ পূৰণ কৰা নাই বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

নিষিদ্ধ

উদ্যোগ মন্ত্ৰী আগুছ গুমিৱাং কাৰ্তাছমিতাই যোৱা সপ্তাহত কয় যে আমেৰিকাৰ বহুজাতিক কোম্পানীটোৱে এতিয়াও ইণ্ডোনেছিয়াত বিনিয়োগৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাই আৰু ইয়াৰ ঘৰুৱা অনুজ্ঞাপত্ৰ আপডেট কৰা নাই।

কি কয়

এপলে ইণ্ডোনেছিয়াত মাত্ৰ ১.৪৮ ট্ৰিলিয়ন ৰুপিয়া (৯৫ মিলিয়ন মাৰ্কিন ডলাৰ) বিনিয়োগ কৰিছে, যিটো ইয়াৰ “মুঠ প্ৰতিশ্ৰুতি” ১.৭১ ট্ৰিলিয়ন ৰুপিয়াৰ তুলনাত কম।

বিনিয়োগ

এপ্ৰিল মাহত ইণ্ডোনেছিয়া ভ্ৰমণলৈ গৈছিল এপলৰ চিইঅ’ টিম কুক। ৰাষ্ট্ৰপতি উইদোদোৰ সৈতে আলোচনাৰ সময়ত ইণ্ডোনেছিয়াত এপলৰ নিজস্ব উৎপাদন কেন্দ্ৰ স্থাপন কৰিব পাৰি নেকি সোধা প্ৰশ্নত  সেই ক্ষেত্ৰত বিবেচনা কৰিব বুলি কয়।

ঘোষণা

এই মাহৰ আৰম্ভণিতে ইণ্ডোনেচিয়া চৰকাৰে জনাই যে এপলে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে আইফোন-১৬ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হ'ব।

চৰকাৰে কি কয়

পঢ়িবলৈ ক্লিক কৰক 

পেটৰ কৰ্কট ৰোগ