বতৰে ল'ব ভয়ংকৰ ৰূপ! ৰাজ্যত আগন্তুক ৩ ঘণ্টাত ৬ জিলাত আহিব প্ৰচণ্ড বৰষুণ!
25 April 2025
TV9 ASSAM
পুৱাৰে পৰা বহু স্থানত নেৰানেপেৰা বৰষুণ আহি আছে, ফলত ব্যাহত হৈছে বিদ্যুৎ যোগান।
নামনি অসমত বৰষুণ
বতৰ বিজ্ঞান কেন্দ্ৰই ৬ খন জিলাত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে।
সতৰ্কবাণী
কেৱল বতাহেই নহয়, ধুমুহা বৰষুণৰ লগতে ব্ৰজপাত অহাৰ সম্ভাৱনা আছে।
সাৱধান
আজি নিশাপৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই মোবাইলে মোবাইলে দিলে সতৰ্কবাণী।
বতৰৰ বতৰা
বজালী, বাক্সা, বৰপেটা, কামৰূপ, কামৰূপ (মেট্ৰ), নলবাৰী জিলাত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা।
সম্ভাৱণা
আগন্তুক তিনিঘণ্টাত বতৰে ভয়ংকৰ ৰূপ ল'ব পাৰে নামনি অসমৰ ভিন্ন প্ৰান্তত।
বতৰৰ কালৰূপ
নিশা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এইদৰে সতৰ্কবাণী।
বতৰৰ বতৰা
চাবলৈ ক্লিক কৰক
ঘৰত কি ৰং ব্যৱহাৰ কৰিব?
Learn more