ভাৰতৰ ১০০ টকাৰ মূল্য পাকিস্তানত কিমান? 

20 March 2025

TV9 ASSAM

ভাৰত আৰু পাকিস্তানৰ মুদ্ৰাৰ মাজত পাৰ্থক্য আছে। কেৱল পাকিস্তানে নহয়, বিশ্বৰ প্ৰতিখন দেশৰ মুদ্ৰাৰ মূল্য বেলেগ বেলেগ।

মুদ্ৰা

পাকিস্তানৰ মুদ্ৰাক সাংকেতিক ৰূপত PKR বুলি লিখা হয়। পাকিস্তানত মুদ্ৰাক পাকিস্তানী ৰূপী (Pakistani rupee)  বুলি কোৱা হয়।

মুদ্ৰা

ভাৰতৰ ১ টকাৰ মূল্য পাকিস্তানত ৩.২২ পাকিস্তানী ৰূপী হয়। গতিকে ভাৰতৰ ১০০ টকা পাকিস্তানত গৈ কিমান হয় জানো আহক।

ভাৰতৰ ১ টকা

ভাৰতৰ ১০০ টকা পাকিস্তানক ৩২২ পাকিস্তানী ৰূপী হয়। এনেকৈ দুয়োখন দেশৰ মুদ্ৰাৰ পাৰ্থক্যৰ কথা জানিব পাৰি। এক কথাত ভাৰতৰ মুদ্ৰাৰ মূল্য পাকিস্তানী মুদ্ৰাতকৈ অধিক।

১০০ টকা

প্ৰতি দেশৰ মুদ্ৰা নিয়ন্ত্ৰণৰ বাবে সংস্থা থাকে। পাকিস্তানৰ মুদ্ৰা নিয়ন্ত্ৰণ কৰে ষ্টেট বেংক অৱ পাকিস্তানে। ষ্টেট বেংক অৱ পাকিস্তানে মুদ্ৰা আৰু নোট ছপা কৰে।

নিয়ন্ত্ৰণ

১৯৪৭ চনত পাকিস্তান গঠন হৈছিল। ইয়াৰ ২ বছৰ পাছত, ১৯৪৯ চনত পাকিস্তানে মুদ্ৰা গ্ৰহণ কৰিছিল। এই মুদ্ৰাত পাকিস্তানৰ সংস্থাপক মহম্মদ আলী জিন্নাৰ ফটো আছে।

সময়

স্বাধীনতাৰ সময়ত পাকিস্তানৰ মুদ্ৰা ভাৰতে ছপা কৰিছিল। ভাৰতৰ ৰিজাৰ্ভ বেংকে ইয়াক প্ৰকাশ কৰিছিল। ইয়াৰ বাবে দুয়োখন দেশৰ মাজত চুক্তি হৈছিল।

ভাৰতৰ ছপা

পঢ়িবলৈ ক্লিক কৰক 

সুনীতা উইলিয়ামছ