চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতে

4 Feb 2025

TV9 ASSAM

বিশ্বৰ আগশাৰীৰ দেশক অতিক্ৰম কৰি দ্ৰুতি গতিত আগবাঢ়িছে ভাৰতীয় ৰে'লৱে । নতুন উচ্চতাত উপনীত হৈছে ভাৰতীয় ৰে'লৱে ।

দ্ৰুতি গতিত আগবাঢ়িছে

প্ৰায় সংখ্যক ভাৰতীয়ই ভ্ৰমণৰ বাবে ৰে'ল সেৱা গ্ৰহণ কৰে । ব্য়য়বহুল নোহোৱাৰ বাবে ভাৰতত প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে ৰে'লেৰে যাত্ৰা কৰে ।

ৰে'ল সেৱা

১৯২৫ চনৰ ৩ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা ভাৰতীয় বৈদ্যুতিক ৰে'ল সেৱাই ১০০ বছৰ অতিক্ৰম কৰিলে ।

ভাৰতীয় বৈদ্যুতিক ৰে'ল

ভাৰতীয় ৰে'লৱে ব্যৱস্থা এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম ৰে'লৱে নেটৱৰ্ক । বৈদ্যুতিক ৰে'ল পথ প্ৰৱৰ্তনৰ মাত্ৰ ১০০ বছৰত ৯৭ শতাংশ ৰে'লৱে ব্যৱস্থাত বিদ্যুৎ সংযোগ কৰা হৈছে ।

বিশ্বৰ চতুৰ্থ বৃহত্তম ৰে'লৱে

ভাৰতৰ  ৯৭ শতাংশ বৈদ্যুতিক ৰে'ল সেৱা থকাৰ বিপৰীতে আমেৰিকাত মাত্ৰ এক শতাংশ বৈদ্যুতিক ৰে'ল সেৱা আছে ।

৯৭ শতাংশ বৈদ্যুতিক ৰে'ল

চীনৰ মুঠ ৭০ শতাংশ বিদ্যুৎচালিত, ৰাছিয়াত ৫১ শতাংশ বৈদ্যুতিক ৰে'ল সেৱা আছে । জাপান প্ৰযুক্তিৰ ক্ষেত্ৰত সদায় আগবাঢ়ি থাকে ।

চীন, ৰাছিয়া

জাপানত মুঠ ৰে'ল নেটৱৰ্কৰ মাত্ৰ ৭৫ শতাংশ বৈদ্যুতিক ৰে'ল সেৱা আছে । বেলজিয়ামত ৮২ শতাংশ, ইটালীত ৮১ শতাংশ, দক্ষিণ কোৰিয়াত ৭৮ শতাংশ ৰে'ল সেৱা বিদ্যুৎচালিত ।

জাপান, ইটালী

আমেৰিকাত বিশ্বৰ বৃহত্তম ৰে'লৱে নেটৱৰ্ক আছে । যাৰ দৈৰ্ঘ্য ২২,০০৮৮ কিলোমিটাৰ । চীনৰ ৰে'লৱে নেটৱৰ্কৰ দৈৰ্ঘ্য ১৫,৯০০০, ৰাছিয়াৰ ১০,৫০০০ কিলোমিটাৰ আৰু ভাৰতৰ ৰে'লৱে নেটৱৰ্কৰ দৈৰ্ঘ্য হৈছে ৬৮,৫২৫ কিলোমিটাৰ ।

বিশ্বৰ বৃহত্তম ৰে'লৱে

পঢ়িবলৈ ক্লিক কৰক

গংগাৰ পানী কিয় কেতিয়া দূষিত নহয়?