চিন্তা নাই, ৰে’লতো পাব এতিয়া আপোনাৰ প্ৰিয় খাদ্য

০৫ অক্টোবৰ, ২০২৪

TV9 ASSAM

ভাৰতীয় ৰেলৱেই ৰে’লত যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে ৫ প্ৰকাৰৰ খাদ্য বাছনি কৰাৰ সুবিধা প্ৰদান কৰিছে।

ৰে’লত ৫ বিধ খাদ্য

যদি কোনো যাত্ৰীয়ে নহৰু, পিয়াঁজযুক্ত খাদ্য নাখায় বা কোনো ৰোগৰ বাবে কিছুমান খাদ্য গ্ৰহণ নকৰে, এনে খাদ্য সামগ্ৰীৰ সুবিধাও প্ৰদান কৰা হ’ব।

নহৰু-পিঁয়াজহীন খাদ্য

নৱৰাত্ৰিৰ সময়ত ৰে’লত যাত্ৰা কৰা যাত্ৰীসকলে যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে নৱৰাত্ৰি বিশেষ খাদ্যৰ সুবিধাও প্ৰদান কৰা হৈছে।

ফল-মূলৰ সুবিধা

লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে ৰে’লত মাত্ৰ দুবিধ খাদ্যৰ সুবিধাহে পোৱা গৈছিল- আমিষ আৰু নিৰামিষ খাদ্য।

পূৰ্বৰ খাদ্য

এতিয়া যাত্ৰীসকলে নৱৰাত্ৰি বিশেষ, জৈন খাদ্য, নিৰামিষ খাদ্য, ফল-মূলো অনলাইন যোগে বুকিং কৰি যাত্ৰাৰ সময়ত খাদ্যৰো সোৱাদ ল’ব পাৰিব।

খাদ্যৰ প্ৰকাৰ

ভাৰতীয় ৰে’লৱেই খাদ্যৰ এই সুবিধা বন্দে ভাৰত, তেজস, ডুৰন্টো, শতাব্দী এক্সপ্ৰেছকে ধৰি বহু ৰে’লত প্ৰদান কৰিছে।

কোনখন ৰে’লত পাব

ৰে’লৱেই প্ৰদান কৰা এই খাদ্যৰ সুবিধা ল’বলৈ যাত্ৰীসকলে ই-কেটাৰিং সেৱাৰ জৰিয়তে অনলাইন বুকিং কৰিব পাৰিব।

অনলাইন বুকিং

পঢ়িবলৈ ক্লিক কৰক

শ্ৰীকৃষ্ণৰ পৰা কৰ্ণই বিচাৰিছিল তিনিটা বৰ