কিমান সম্পত্তিৰ অধিকাৰী পেৰিছত ব্ৰঞ্জ জয়ী মনু!

২৮ জুলাই, ২০২৪

TV9 ASSAM

অলিম্পিকৰ ইতিহাসত শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে মনু ভাকৰ।

ঐতিহাসিক সাফল্য

মনু ভাকৰে পেৰিছ অলিম্পিকত আজি ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ২২১.৭ পইণ্টেৰে ব্ৰঞ্জ জয়েৰে গৌৰৱান্বিত কৰি তুলিছে দেশক।

পেৰিছত ব্ৰঞ্জ জয়

ৱিকি বায়’গ্ৰাফীৰ তথ্য অনুসৰি মনু ভাকৰ এগৰাকী কোটিপতি খেলুৱৈ।

মনু ভাকৰৰ সম্পত্তি

ৱিকিৰ তথ্য অনুসৰি মনু ভাকৰৰ মুঠ সম্পত্তি প্ৰায় ১২ কোটি টকা।

ভাকৰৰ মুঠ সম্পত্তি

নিজৰ শ্বুটিং কেৰিয়াৰ আৰু বিজ্ঞাপন মনু ভকৰৰ উপাৰ্জনৰ মূল উৎস।

আয়ৰ উৎস

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শৈশৱত কেইবাটাও ক্ৰীড়াৰ সৈতে জড়িত মনুৱে ১৪ বছৰ বয়সত শ্বুটিঙক কেৰিয়াৰ হিচাপে বাছি লয়।

কেৰিয়াৰৰ সিদ্ধান্ত

পঢ়িবলৈ ক্লিক কৰক

সূৰ্যৰ সাফল্যৰ আঁৰত এই সত্য!