তুলসী গছৰ পাত ক’লা পৰিলে ঘৰত হ’ব পাৰে নেকি বিপদ!

25 April 2025

TV9 ASSAM

হিন্দু ধৰ্মত তুলসী গছক অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয়। ধন-ঐশ্চৰ্যৰ দেৱী লক্ষ্মী তুলসী গছত বাস কৰে বুলি বিশ্বাস কৰা হয়।

হিন্দু ধৰ্মত তুলসী

প্ৰায়ে দেখা যায় যে কিছুমান ঘৰত তুলসী গছৰ পাত হঠাতে ক’লা হৈ পৰে। বহুলোকে এই কথাত বিশেষ গুৰুত্ব নিদিয়া যেন পৰিলক্ষিত হয়।

তুলসীৰ ক’লা ৰং

জ্যোতিষৰ মতে তুলসীৰ পাত ক’লা হোৱাৰ আঁৰত এক বেলেগ অৰ্থ আছে। জ্যোতিষত তুলসীৰ পাত হঠাৎ ক’লা হোৱাটো অশুভ বুলি গণ্য কৰা হয়।

কি কয় জ্যোতিষে

তুলসীৰ পাত ক’লা হোৱাৰ অৰ্থ হ’ল ঘৰত ঋণাত্মক শক্তি প্ৰভাৱ পৰা। এনে হ’লে ঘৰত অশান্তিৰ পৰিবেশ সৃষ্টি হ’ব পাৰে।

কি হয় প্ৰভাৱ

বাস্তু শাস্ত্ৰৰ মতে কেতিয়াবা বাস্তু দোষৰ বাবে তুলসী গছৰ পাত ক’লা হ’ব পাৰে। গতিকে ঘৰৰ নেতিবাচক প্ৰভাৱ দূৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব।

বাস্তু শাস্ত্ৰৰ মত

আই পি এল ২০২৫ত এইপৰ্যন্ত দেখা গৈছে ছিক্সাৰৰ বৰষুণ। মুঠ ৮৬ খন খেলত সৰ্বমুঠ ৭১৭টা ছয় কোবাইছে খেলুৱৈসকলে।

ধনৰ নাটনি

পঢ়িবলৈ ক্লিক কৰক 

পাৱাৰ প্লে’ত কোন দলে কোবাইছে কম ছয়!