অধিনায়কৰ দায়িত্ব লাভ কৰিলে যশপ্ৰীত বুমৰাহে

30 December 2024

TV9 ASSAM

অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় দল ব্যৰ্থ হ’লেও চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই যশপ্ৰীত বুমৰাহে ৪খন টেষ্টত ৩০টা উইকেট দখল কৰিছে।

দুৰন্ত ফৰ্মত বুমৰাহ

মেলবৰ্ণ টেষ্টৰ দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰা বুমৰাহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সামগ্ৰিকভাৱে চতুৰ্থবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰে।

মেলবৰ্ণত চমক

মেলবৰ্ণ টেষ্টত ভাৰত পৰাস্ত হ’লেও এই মেচৰ ঠিক পিছতেই বুমৰাহক ই এছ পি এন ক্ৰিকইনফ’ই বৰ্ষশ্ৰেষ্ঠ টেষ্ট দলৰ অধিনায়ক নিযুক্তি দিয়ে।

অধিনায়ক বুমৰাহ

ক্ৰিকইনফ’ৰ এই টেষ্ট দলৰ অধিনায়ক বুমৰাহৰ নেতৃত্বত ভাৰতে চলিত অষ্ট্ৰেলিয়া ভ্ৰমণৰ পাৰ্থ টেষ্টত জয়লাভ কৰিছিল।

পাৰ্থ টেষ্ট জয়

বুমৰাহৰ উপৰিও যশস্বী জয়ছোৱাল আৰু ৰবীন্দ্ৰ জাদেজাকো ২০২৪ বৰ্ষৰ ক্ৰিকইনফ’ৰ শ্ৰেষ্ঠ টেষ্ট দলত স্থান দিয়া হৈছে।

দলত ৩ ভাৰতীয়

এই দলত বেন ডাকেট, জ’ ৰুট, ৰচিন ৰবীন্দ্ৰ, হেৰী ব্ৰুক, কামিন্দু মেণ্ডিছ, জেমী স্মিথ, মেট হেনৰী আৰু জোছ হেজলউডকো নিৰ্বাচিত কৰা হৈছে।

আন সদস্য

পঢ়িবলৈ ক্লিক কৰক 

কোনে প্ৰথমে চিনাক্ত কৰিছিল যশপ্ৰীত বুমৰাহৰ প্ৰতিভা?