অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰা।

30 August 2024

 TV9 Assam

অভিনয়ৰ জৰিয়তে দৰ্শকৰ মনত সাঁচ বহুৱাইছে অভিনেতাজনে।

অভিনয়

যতীন বৰা সুদক্ষ অভিনেতাৰ লগতে এগৰাকী ভাল পৰিচালকো ।

পৰিচালক

ৰূপালী পৰ্দাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো অভিনয় কৰিছে ।

ভ্ৰাম্যমাণ

সুদীৰ্ঘ ৬ টা বছৰৰ পিছত  ২০২৪-২৫ নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰত যতীন।

যাত্ৰা

"উত্তৰকাল"ৰ জৰিয়তে অভিনয় জগতত খোজ দিছিল যতীন বৰাই।

আৰম্ভ

জুইয়ে পোৰা সোনৰ বাবে নটসূৰ্য ফনী শৰ্মা এৱাৰ্ড পাইছিল যতীন বৰাই।

পুৰস্কাৰ

বিভিন্ন সময়ত ৰাইজৰ হকে কাম কৰি আহিছে অভিনেতাজনে।

জনপ্ৰিয়তা

আহিব ‘স্ত্ৰী ৩’!

চাবলৈ ক্লিক কৰক